2024 International Nurses day Celebration at Coras Hospital

On International Nurses Day 2024, we proudly honour and celebrate the remarkable achievements of our nurses at Coras Hospital, especially those trained in Robotic Knee Surgery. Their dedication, expertise, and compassion exemplify the highest standards of patient care. We commend their invaluable contributions in positioning CORAS Hospital as one of the best Orthopaedic institutes of the country.”

“২০২৪ চনৰ আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস উদযাপনত কোৰাছ হাস্পতালত আমি আমাৰ নাৰ্ছসকলৰ উল্লেখযোগ্য কৃতিত্বক গৌৰৱেৰে সন্মান জনাইছো ।আমি আজি বিশেষকৈ আঁঠুৰ ৰবটিক অস্ত্ৰোপচাৰত প্ৰশিক্ষণপ্ৰাপ্তসকলক তেওঁলোকৰ নিষ্ঠা, বিশেষজ্ঞতা, আৰু ৰোগীৰ যত্নৰ উচ্চতম মানদণ্ডৰ উদাহৰণ দাঙি ধৰাৰ বাবে অপৰিসীম গৌৰৱ অনুভৱ কৰিছো আৰু কোৰাছ হাস্পতালক দেশৰ অন্যতম শ্ৰেষ্ঠ অৰ্থপেডিক প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাত তেওঁলোকৰ অমূল্য অৱদানৰ বাবে ধন্যবাদ জনাও I ”